২৪ ঘণ্টাত ক’ভিডত মৃত্যু ২৩জন ৰোগীৰ!

বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ৩,২০৭ জন। ইয়াৰ বিপৰীতে ক’ভিডত প্ৰাণ হেৰুৱাই ২৩ জন ক’ভিড আক্ৰান্তই। দেশত বৰ্তমান সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা ২০,৪০৩ জন। বিগত ২৪ ঘণ্টাত আৰোগ্য লাভ কৰিছে ৩,৪১০ জন আক্ৰান্তই। দেশৰ ভিতৰতে সৰ্বাধিক ক’ভিড আক্ৰান্ত দিল্লীত। বিগত ২৪ ঘণ্টাত দিল্লীত ক’ভিড আক্ৰান্ত ১,৪২২ জন। আনহাতে কেৰালাত এদিনতে ক’ভিডত প্ৰাণ হেৰুৱাইছিল ২৬ জন আক্ৰান্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...