ৱাইন শ্বপত নহয়, এইবাৰ ফাৰ্মাচীত জব্দ হ’ল দমে দমে বিলাতী সুৰা!

বিলাতী সুৰা এতিয়া সুৰাৰ বিপণীতে উপলব্ধ নহয়, ফাৰ্মাচীতো উপলব্ধ হয় বিলাতী সুৰা ৷ আচৰিত হৈছে যদি আচল কাহিনীটো জানক এইবাৰ। ফাৰ্মাচী খুলি একাংশই চলাই আহিছে অবৈধ সুৰাৰ বেহা। এই ঘটনা লামডিঙৰ নখুঁটিৰ ৷ লামডিঙৰ নখুঁটিত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ৷ নখুঁটিৰ হুছেইন নামৰ ফাৰ্মাচীখনত নখুঁটি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে অবৈধ সুৰাখিনি ৷ আব্দুল হুছেইন নামৰ এজন ব্যৱসায়ীয়ে বিগত বহু বছৰ ধৰি নখুঁটি বজাৰৰ ফাৰ্মাচীত অবৈধভাৱে সুৰাৰ ব্যৱসায়ী কৰি আহিছিল ৷ আজি নখুঁটি আৰক্ষীয়ে অভিযান চলাই ব্যৱসায়ী আবুল হুছেইনক আটক কৰে ৷ অভিযানত আৰক্ষীয়ে ৪৬০টা বিলাতী সুৰাৰ বটলো জব্দ কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...