সভাপতিৰ দায়িত্বভাৰ গ্ৰহণৰ সময়তে কংগ্ৰেছ কাৰ্যালয়ত কুৰুক্ষেত্ৰ!

জিলা কংগ্ৰেছ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। শিলচৰত কাৰ্যালয়ৰ ভিতৰতে কংগ্ৰেছীৰ মাজত তুমুল হতাহতি। জিলা সভাপতিৰ দায়িত্বভাৰ গ্ৰহণৰ সময়তে দুটা ফৈদৰ মাজত সংঘাত। আনছাৰ হুছেইন নামৰ এজন নেতাক লপাথপা একাংশৰ। নৱ নিযুক্ত সভাপতিৰ সমৰ্থকে আক্ৰমণ কৰে আনছাৰ হুছেইনক। ঘটনাৰ সময়ত উপস্থিত আছিল বৰখলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ। কাটিগড়াৰ বিধায়ক খলিল উদ্দিনো আছিল উপস্থিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...