দাঁতৰ বিষৰ বাবে অত্যন্ত উপকাৰী শিলিখা, কি কি ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই?

শিলিখাৰ উপকাৰিতা জানেনে? শিলিখা হৈছে এনে এবিধ ফল, য’ত আছে বহু ঔষধি গুণাগুণ। বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই। শিলিখা এলাৰ্জীৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ। চুলিৰ ক্ষেত্ৰটো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কৌষ্ঠকাঠিন্যও দূৰ কৰে শিলিখাই। শিলিখা নিমখৰ লগত খালে কফৰ সমস্যা দূৰ হয়। কাঁহ, প্ৰমেহ, কৃমি, জ্বৰ, পেটফুলা, খজুৱতি, মূত্ৰাঘাত আদিৰ বাবে শিলিখা হৈছে মহৌষধ।

NKTV Digital
Author: NKTV Digital

589 COMMENTS

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...