ৰাজ্যত তিনিটা পৰ্যায়ত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ ৷

  • ১১ মে’ৰ ১৪ মে’ লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ প্ৰথম পৰ্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ, কাৰ্বি আংলং, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ৷
  • ২৩ মে’ৰ পৰা ২৬ মে’ লৈ দ্বিতীয় পৰ্যায়ত ১১ জিলাত গুণোৎসৱ ৷ দ্বিতীয় পৰ্যায়ত হ’ব বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত ৷
  • ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ত ১১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলংত ৷
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...