হিন্দু সেনাৰ ওপৰত নৃশংস আক্ৰমণ, ভাঙি চূৰমাৰ কৰিলে ৮খন বাইক!

ঈদৰ দিনটোতে ত্ৰিপুৰাত অবাঞ্চিত পৰিস্থিতি। গো হত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। উত্তৰ জিলাৰ দক্ষিণ শনিছড়া অঞ্চলত এই ঘটনা। স্থানীয় জনৈক ইউনিছ মিঞাৰ ঘৰত বধ কৰা হৈছিল গৰু। গো হত্যাৰ খবৰ পাই ঘটনাস্থলীলৈ গৈছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ কাৰ্যকৰ্তা। লগত আছিল আৰক্ষীৰ দল। আৰক্ষীয়ে জব্দ কৰি লৈ আহিছিল বধ কৰা গৰুটো। ইয়াৰ পিছতেই হিন্দু সেনাৰ ওপৰত চলে আক্ৰমণ। হিন্দু সেনাৰ সদস্যৰ ৮খন বাইক ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী অধীক্ষক ড০ কিৰণ কুমাৰে সমগ্ৰ ঘটনাৰ বুজ লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...