২৪ ঘণ্টাত দেশত ২,৫৬৮ জনৰ দেহত ক’ভিড

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কভিডত আক্ৰান্ত ২,৫৬৮ জন। ২৪ ঘণ্টাত দেশত ২০ জন ক’ভিড ৰোগীৰ মৃত্যু।

২৭ এপ্ৰিলৰ পৰা দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল দৈনিক কভিড আক্ৰান্তৰ সংখ্যা। ৫ দিন ধৰি দৈনিক আক্ৰান্ত সংখ্যাই অতিক্ৰম কৰিছিল ৩ হাজাৰ। বৰ্তমান দেশত এক্টিভ কেছৰ সংখ্যা,১৩৭ জন। দেওবাৰৰ তুলনাত বিগত ২৪ ঘণ্টাত দেশত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ITA মাছখোৱাত ফেশ্বন আৰু উৎকৃষ্টতাৰ ভব্য সমাৰোহ এছিয়ানেট এৱাৰ্ডছ ২০২৬

গুৱাহাটীৰ আইটিএ মাছখোৱা (ITA Machkhowa) প্ৰেক্ষাগৃহত জাকজমকতাৰে অনুষ্ঠিত হৈ...

দুৰ্ঘটনাত নিহত সতীৰ্থ ডিঅ’গো জোটাক সুঁৱৰি চকুলো টুকিলে ৰোনাল্ডোৱে

ফিফা বিশ্বকাপ ২০২৬ৰ ‘ৰাউণ্ড অব ৩২’ৰ এখন ৰোমাঞ্চকৰ মেচত...