হিন্দু সেনাৰ ওপৰত নৃশংস আক্ৰমণ, ভাঙি চূৰমাৰ কৰিলে ৮খন বাইক!

ঈদৰ দিনটোতে ত্ৰিপুৰাত অবাঞ্চিত পৰিস্থিতি। গো হত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। উত্তৰ জিলাৰ দক্ষিণ শনিছড়া অঞ্চলত এই ঘটনা। স্থানীয় জনৈক ইউনিছ মিঞাৰ ঘৰত বধ কৰা হৈছিল গৰু। গো হত্যাৰ খবৰ পাই ঘটনাস্থলীলৈ গৈছিল আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ কাৰ্যকৰ্তা। লগত আছিল আৰক্ষীৰ দল। আৰক্ষীয়ে জব্দ কৰি লৈ আহিছিল বধ কৰা গৰুটো। ইয়াৰ পিছতেই হিন্দু সেনাৰ ওপৰত চলে আক্ৰমণ। হিন্দু সেনাৰ সদস্যৰ ৮খন বাইক ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী অধীক্ষক ড০ কিৰণ কুমাৰে সমগ্ৰ ঘটনাৰ বুজ লৈছে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...