আছু কাৰ্যালয়ৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা, মাৰুতী 800 বাহনে খুন্দিয়ালে ৰখাই থোৱা উইংগাৰত!

ঈদৰ উলাহৰ মাজতে পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ মাজমজিয়াৰ আছু কাৰ্যালয়ৰ সন্মুখত ভয়ানক পথ দুৰ্ঘটনা। AS 06 G 0806 নম্বৰৰ মাৰুতী 800 বাহনখনে পথৰ দাঁতিতে ৰখাই থোৱা AS 06 BC 7486 নম্বৰৰ উইংগাৰখনত প্ৰচণ্ড খুন্দা মাৰে। উক্ত দুৰ্ঘটনাত বাহন দুখনৰ বৃহৎ ক্ষয়-ক্ষতিৰ লগতে মাৰুতী গাড়ীখনৰ চালকজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...