৯ মে’ত পুটিনৰ অস্ত্ৰোপচাৰ, ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিকল্প কোন হ’ব?

কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৰুছ ৰাষ্ট্ৰপতি পুটিন। ইউক্ৰেইন যুদ্ধৰ চৰম অৱস্থাৰ মাজতে পোহৰলৈ অহা এই সংবাদে বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি অহা ৯ মে’ত সম্পন্ন হ’ব পুটিনৰ এটা গুৰুতৰ অস্ত্ৰপ্ৰচাৰ। এনে এক পৰিস্থিতিত এতিয়া দেশ শাসনৰ অস্থায়ী দায়িত্ব দিয়া হৈছে ৰাছিয়ান ফেডাৰেল ছিকিউৰিটি চাৰ্ভিছৰ প্ৰাক্তন মুৰব্বী নিকোলাই পাত্ৰুছেভক। অৱশ্যে দীৰ্ঘকালৰ বাবে যদি পুটিন চৰকাৰী কাম–কাজৰ পৰা আঁতৰি থাকিব লগা হয় তেনেহ’লে তেওঁৰ বিকল্প কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এনে অৱস্থাত বিষয়টোক লৈ সৃষ্টি হৈছে বিভিন্ন ধাৰণা আৰু সন্দেহৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...