ইফতাৰত হিন্দু লোকক গো-মাংস দিলে কোনে?

পবিত্ৰ ৰমজান মাহত অঘটন। বাংলাদেশত বিএনপিৰ ইফতাৰত অমুছলমানকো গো-মাংস পৰিৱেশন। ছিলেটত চহৰত সংঘটিত হৈছে এই ঘটনা। বিএনপিৰ মহানগৰ শাখাই আয়োজন কৰিছিল উক্ত ইফতাৰৰ। ইফতাৰলৈ আমন্ত্ৰিত হৈছিল দলৰ বহু সংখ্যক হিন্দু নেতা-কৰ্মী। তেওঁলোকৰ প্লেটতো দি দিয়া হৈছিল গো-মাংস। হিন্দুসকলক গো-মাংস খাবলৈ জোৰ কৰাৰো গুৰুতৰ অভিযোগ। ঘটনাক লৈ বিএনপিৰ ভিতৰচ’ৰাতো আলোড়ন। ঘটনাৰ বলি হোৱাসকলৰ মাজত তীব্ৰ ক্ষোভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...