বলেৰ’ গাড়ীয়ে মহটিয়াই নিলে বাইক আৰোহীক, লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক। নিহত যুৱকজন ছয়গাঁও গৰৈমাৰীৰ আচলপাৰাৰ নুৰ হুছেইন। যুৱকজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। কৰ্মৰত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰৰ পুত্ৰৰ সৈতে বাইকত গৈ থকা অৱস্থাতে এখন ব’লেৰ গাড়ীয়ে মহটিয়াই নিয়ে যুৱক দুজনক। তীব্ৰ বেগী ব’লেৰো গাড়ীৰ খুন্দাত থিতাতে নিহত হয় ২ বাইক আৰোহী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...