গাঁওৰক্ষী বাহিনীৰ সম্পাদকক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা

গোগামুখৰ গুৰথালীত নৃশংস হত্যাকাণ্ড। চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা গাঁওৰক্ষী বাহিনীৰ সম্পাদকক। গুৰথালী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক দিলিপ চুতীয়াক চোকা অস্ত্ৰৰে হানি খুচি হত্যা। টিকেন্দ্ৰ চুতীয়া নামৰ লোকজনে পত্নী পুত্ৰৰ সৈতে মিলি হত্যা কৰাৰ অভিযোগ। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত টিকেন্দ্ৰ চুতীয়া আৰু পুত্ৰ সঞ্জীৱ চুতীয়া দুই পিতা-পুত্ৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া দুয়ো পক্ষৰ মাজত কোনো কথাত হৈছিল তৰ্ক বিতৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...