দ্বিতীয় পত্নী আৰু শহুৰৰ পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি চৰম পথ বাচি ল’লে আফাজ উদ্দিনে

দ্বিতীয় পত্নী আৰু শহুৰৰ পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি চৰম ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ওদালগুৰিত চীপলৈ আত্মহত্যা আফাজ উদ্দিনৰ।

মৃত লোকজন ওদালগুৰি জিলাৰ ইকৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ইকৰাবাৰী গাঁৱৰ আফাজউদ্দিন৷ দ্বিতীয় স্ত্ৰী তথা শহুৰৰ ঘৰৰ পৰিয়ালে মাৰধৰ কৰাৰ লগতে মানসিক হাৰাশাস্তি কৰাৰ বাবে আত্মহত্যাৰ দৰে পথ বাচি লোৱাৰ অভিযোগ পৰিয়ালৰ৷ আফাজউদ্দিনৰ আত্মহত্যাত পৰিয়ালৰ লগতে স্থানীয় ৰাইজ শোকত ভাগি পৰিছে৷ ঘটনাস্থলীত ইকৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবু বক্কৰ ছিদ্দিক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...