পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ২৫০ কেজি ড্ৰাগছ জব্দ, সীমাৰ সিপাৰে কি চলিছে?

গুজৰাটত পাকিস্তানী জাহাজসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

জব্দ হৈছে ২৫০ কিঃগ্ৰাঃ হে’ৰইন। লগতে গ্ৰেপ্তাৰ ৯টা পাকিস্তানী ড্ৰাগছ সৰবৰাহকাৰী। আৰৱ সাগৰত জাহাজখনে বিচৰণ কৰি থকা অৱস্থাত জব্দ হয় ড্ৰাগছখিনি। ভাৰতীয় ক’ষ্ট গাৰ্ড আৰু গুজৰাট এণ্টি টে’ৰৰিষ্ট স্কোৱাডে চলাইছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিটমেনক লৈ জল্পনা বন্ধ কৰক! BCCIৰ সচিবৰ আহ্বান

ৰোহিত শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰক লৈ চলি থকা জল্পনা-কল্পনাত ইন্ধন...

আজি জন্মাষ্টমীঃ অধৰ্ম বিনাশী প্ৰেম আৰু ধৰ্মৰ বাণী কঢ়িয়াই আজি আগমন ভগৱান শ্ৰীকৃষ্ণৰ

আজি জন্মাষ্টমী তথা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ; হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ...

ব্যক্তিগত দুচকীয়া বাহনক বাইক টেক্সি হিচাপে চলাবলৈ অনুমতি দিয়ক: সকলো ৰাজ্যলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ আহ্বান

ব্যক্তিগত দুচকীয়া বাহনৰ গৰাকীসকলক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ‘বাইক টেক্সি’...