পুনৰ ভূমিকম্পৰ জোকাৰণি। মৃদু ভূমিকম্পই জোকাৰি গল কেইবাটাও অঞ্চল। সন্ধিয়া ৬.৫০ বজাত অনুভূত হয় জোকাৰণি। কাৰ্গিল আৰু লাডাখত অনুভূত হয় জোকাৰণি। কাশ্মীৰ সীমান্তৰ আন আন প্ৰান্ততো জোকাৰণি অনুভূত হয়। নেচনেল চেণ্টাৰ ফৰ ছিস্মলজীয়ে প্ৰকাশ কৰি অনুসৰি ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২। মৃদু ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতিৰ তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই।