সীমা বিবাদক লৈ মিলিত হ’ব দুই মুখ্যমন্ত্ৰী, কইনাধৰাৰ পৰা আহিব নেকি ভাল খবৰ?

সীমা বিবাদক লৈ মিলিত হ’ব দুই মুখ্যমন্ত্ৰী, কইনাধৰাৰ পৰা আহিব নেকি ভাল খবৰ?

অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ বুধবাৰে গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক। পুৱা ১১ বজাৰপৰা গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ’ব এই বৈঠক । বৈঠকত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...