সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু

  • সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু
  • ২নং লালতি পথাৰত কাঠফুলা খাই অসুস্থ হৈছিল ৮জন
  • ৭ এপ্ৰিলত সেৱন কৰিছিল বিষাক্ত কাঠফুলা
  • আটাইকেইজন চিকিত্সাধীন হৈ আছিল AMCHতচিকিত্সাধীন অৱস্থাত ৪জনৰ মৃত্যু
  • অজয় কৰ্মকাৰ, ৰীমা কৰ্মকাৰ, চয়নিকা কৰ্মকাৰৰ মৃত্যু
  • মৃত্যু হৈছে জোনাকী পজা নামৰ আন এজন আক্ৰান্তৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...