গুজৰাটৰ ৰাসায়নিক কাৰাখানাত বিস্ফোৰণ! ৬ শ্ৰমিকৰ থিতাতে মৃত্যু

গুজৰাটৰ আৰক্ষীয়ে জনোৱা অনুসৰি গুজৰাটৰ ভাৰুচ জিলাৰ এটা ৰাসায়নিক কাৰাখানাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৬জন শ্ৰমিকৰ লগে লগে মৃত্যু হয়।

জানিবপৰা মতে ঘটনাটো আহমেদাবাদৰ পৰা প্ৰায় ২৩৫ কিলোমিটাৰ দূৰৈত অৱস্থিত দাহেজ ঔদ্যোগিক এলেকাত পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হৈছিল। বিস্ফোৰণটোৰ ফলত এটা ৰাসায়নিক কাৰাখানাত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল।

ভাৰুচৰ আৰক্ষী অধিক্ষক লীনা পাতিলে জনোৱা অনুসৰি, ৬জন কৰ্মচাৰীয়ে কাম কৰি আছিল। আৰু বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত আটাইকেইজনৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...