কিমান দাম হ’ব পাৰে ধোনীৰ সেই বিশেষ বেটখনৰ?

ভাৰতীয় ক্ৰিকেট দলটোৱে ১৯৮৩ চনত বিশ্বকাপ জয় হোৱাৰ ২৮ পিছত পুনৰ ২০১১ চনত এদিনীয়া বিশ্বকাপ ক্ৰিকেটত জয় হৈ গৌৰৱ কঢ়িয়াই আনিছিল দলটোৱে। মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত জয় হয় ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতীয় ক্ৰিকেট দলত যথেষ্ট অৰিহণা আছে ধোনীৰ। ২০১১ চনত দলটোৱে শ্ৰীলংকাক পৰাস্তত কৰি জয় হৈছিল। সেই খেলখনত ধোনীযে ব্যৱহাৰ কৰা বেটখন এইসময়ত সৰ্বাধিক দামী বেট। সেই বেটেৰে ধোনীয়ে ২০১১ চনৰ বিশ্বকাপত ৯১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ধোনীৰ নেতৃত্বত ভাৰতী ক্ৰিকেট দলটোৱে ২০০৭ চনত ICC টি-২০ বিশ্বকাপ, ২০১১ ত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত ICC চেম্পিয়ন ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছিল।

A Century Of Half Centuries: A Feat Only MS Dhoni Could Achieve - Playo

লণ্ডনৰ এক নিলাম অনুষ্ঠানত ধোনীৰ বেটখনো নিলামত উঠিছিল। কেইবালাখ লোকে অংশগ্ৰহণ কৰা এই নিলাম অনুষ্ঠানত ধোনীয়ে ছিক্স কোবোৱা বেটখনৰ সৰ্বাধিক দাম উঠিছিল ৮৩ লাখ টকা। কিন্তু শেষ পৰ্যাৰত এইবেটখনৰ দাম হয়গৈ ১০০,০০০ পাউণ্ড ভাৰতীয় টকাত ১কোটি ২২লাখ ৫৭ হাজাৰ ৬৯৮ টকা। আৰ কে গ্লৱেল শ্বেয়াৰছ এণ্ড চিকিউৰিটি লিমিটেডে ধোনীৰ বেটকন ক্ৰয় কৰিছে। ৰিবক কোম্পানীয়ে স্পনচৰ কৰা এই বেটখনে সৰ্বাদিক দামত বিক্ৰী হৈ গীনিজ বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হয়। নিলাম হোৱা বেটেৰ পোৱা টকাখিনি ধোনীৰ পত্নী সাক্ষীৰ নামেৰে থকা সাক্ষী ফাউণ্ডেছন নামৰ ট্ৰাষ্টটোক প্ৰদান কৰা হৈছে।

India vs Australia 2013: Mahendra Singh Dhoni's double century strengthens  the arguments for him to bat at number six | Cricket Country
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...