কিমান সুৰক্ষিত হৈ আছে ইউক্ৰেইনৰ জীৱ-জন্তু ?

ৰাছিয়াৰ আক্ৰমণত তচনচ হৈছে ইউক্ৰেইন৷ এই যুদ্ধত ইতিমধ্যে বহুলোক মৃত্যু মুখত পৰিছে৷ যুদ্ধৰ বাবে দেশো এৰিছে একাংশ লোকে, কিন্তু কিমান সুৰক্ষিত হৈ আছে ইউক্ৰেইনৰ জীৱ-জন্তু?

যুদ্ধৰ বাবেই জীৱ-জন্তু এৰি পলায়ন কৰিছে গৰাকীসকলে। তাৰ পৰিপেক্ষিতত ইউক্ৰেইনত থকা জীৱ-জন্তুবোৰে ভীষণ খাদ্য সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে।

কেইখনমান ছবি দেখিলে আপুনি হয়তো অনুমান কৰিব পাৰিব, কিমান বেদনাৰে দিন পাৰ কৰিছে জীৱ-জন্তুবোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...