ডি আই বাহনেৰে কাঠ সৰবৰাহ, ১ লাখ টকাৰ কাঠ জব্দ

পলাশবাৰীৰ দখলাত অবৈধ চোৰাংকাঠ জব্দ । পলাশবাৰীৰ দখলাৰ পৰা লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যলয়ে জব্দ কৰে চোৰাংকাঠসহ এখন বাহন। নিশা আন্ধাৰৰ সুযোগ লৈ দুখনকৈ ডি আই বাহনেৰে কাঠ সৰবৰাহ কৰি থকাৰ খবৰ পাই জব্দ কৰাৰ চেষ্টা চলাই যদিও এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

AS-01-AC-1882 নম্বৰৰ মহিন্দ্ৰা পিকআপ বাহনখন জব্দ কৰে লোহাৰঘাট বনাঞ্চলিক বিষয়াই। দখলাঘাটৰ পৰা জব্দ কৰা বাহনখনত আছিল ননশাল কাঠ। জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...