দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্দেশ্য কি?

পুনৰ দেশৰ ৰাজধানী নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ’ব। বৈঠকত অসম-মেঘালয় সীমা বিবাদক লৈ এখন চুক্তি স্বাক্ষৰিত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; সোণাপুৰৰ মৰগদোলাত আৰক্ষীৰ এনকাউণ্টাত নিহত ২ কুখ্যাত গাড়ী চোৰৰ

ৰাজ্যত অব্যাহত গাড়ী চোৰৰ সন্ত্ৰাস। অসম আৰক্ষীৰ গাড়ী চোৰৰ...

পাৰ্লাৰৰ সন্মুখত বাইক ৰখোৱা বাবে মহিলাই কাটিলে ৩খন বাইকৰ টায়াৰ

গুৱাহাটীৰ পূব শৰণীয়াৰ ৩ নং উপপথত সংঘটিত হৈছে এক...

ভাৰতত প্ৰথমবাৰৰ বাবে মহিলা চেম্পিয়নছ ট্ৰফী! মুম্বাই-বডোদৰাত হ’ব মহাযুঁজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল (ICC)-এ ঘোষণা কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...