১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোক। লালুক আৰক্ষী চকীৰ অন্তৰ্গত পুখুৰীপৰীয়াত সংঘটিত হয় দুৰ্ঘটনাটো। অচিনাক্ত বাহনে মহতিয়াই থৈ যায় লোকজনক। নিহত লোকজনৰ নাম কালিদাস শৰ্মা। বিহপুৰীয়াৰ দংগীবিল নিবাসী শৰ্মা পানীগাঁৱৰ গ্ৰামীন বিকাশ বেংকত কৰ্মৰত আছিল। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ লালুক আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...

জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা...