চোৰাং গৰু সৰবৰাহৰ সময়তে গৰুসহ জালত আবুল কালাম

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান। ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক গোপাল তালুকদাৰৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীৰ এই অভিযানত এখন ট্ৰাক আৰু চালকসহ ২৭টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত গাড়ী চালক আবুল কালামক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। AS02AC8846 নম্বৰৰ এখন ট্ৰাকেৰে ৰূপহীহাটৰ পৰা শ্বিলং অভিমুখে গৈ থকা অৱস্থাতে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...