শ্ৰীলংকাত বাতিল হ’ল পৰীক্ষা, কাৰণ জানিলে আপুনিও হ’ব আচৰিত!

এইবাৰ অসম বা ভাৰতত নহয়, শ্ৰীলংকাত বাতিল কৰা হয় স্কুলীয়া পৰীক্ষা। সোমবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰকাশিত বাতৰি অনুসৰি কলম্বোত নিৰ্ধাৰিত সংখ্যক প্ৰশ্নকাকত প্ৰস্তুত কৰিব নোৱাৰিলে। প্ৰশ্নকাকতৰ অভাৱত পিছুৱাই দিয়া হৈছে পৰীক্ষা। উল্লেখ্য যে, ১৯৪৮ চনৰ পৰাই গভীৰ অৰ্থসংকটৰ সৈতে যুঁজি আহিছে শ্ৰীলংকাই। পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাৰ বাবে টাৰ্ম পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয়। এই টাৰ্মসমূহত পোৱা নম্বৰৰ ভিত্তিতে ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শন বিবেচনা কৰা হয়। এনে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকতৰ নাটনিয়ে স্বাভাৱিকতে হৈ-চৈৰ সৃষ্টি কৰিছে অভিভাৱকৰ মাজত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...