ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ আৰক্ষীৰ গুলী!

  • ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ আৰক্ষীৰ গুলী
  • কৰিমগঞ্জৰ টোল গে’টৰ সম্মুখত গুলীচালনা আৰক্ষীৰ
  • ড্ৰাগছ লৈ যোৱা বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী
  • ড্ৰাগছ সৰবৰাহকাৰীৰ এখন গাড়ী জব্দ কৰে আৰক্ষীয়ে
  • গাড়ীখনৰ পৰা উদ্ধাৰ নিচাযুক্ত ইয়াবা টেবলেট
  • টেবলেটসহ ৩ জনক গ্ৰেপ্তাৰ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে
  • শিলচৰৰ নাগাটিলাৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছখিনি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৰাৰ পৰিয়ালে বিচাৰিলে লাখটকীয়া থাৰ, কইনাৰ পিতৃয়ে হাতত তুলি দিলে প্লাষ্টিকৰ গাড়ী

যৌতুকৰ নামত দৰাঘৰে দাবী কৰিলে লাখটকীয়া থাৰ! আৰু সেই...

ভূমিকম্পৰ জোকাৰণিত আকাশত কঁপিল বিমান, লছ এঞ্জেলছ বিমানবন্দৰত অৱতৰণ বাতিল কৰিলে ডেল্টা বিমানৰ পাইলটে

আমেৰিকাৰ কেলিফৰ্ণিয়াত ৫.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ সময়তে লছ...

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত চাঞ্চল্যকৰ ঘটনা; চুৰি কৰিবলৈ গৈ গৃহস্থক আক্ৰমণ চোৰৰ

গুৱাহাটীৰ কুমাৰপাৰাৰ নয়নতৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চুৰি...