পথৰ দাঁতিত থকা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাত খুন্দা এখন পালচাৰ বাইকৰ!

তিতাবৰ-গোলাঘাট সংযোগী ধোদৰ আলি পথত দুৰ্ঘটনা। পথৰ দাঁতিত থকা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাত খুন্দা এখন পালচাৰ বাইকৰ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই বাইক আৰোহী। বাইক আৰোহী দুজন সঞ্জয় থাপা আৰু পৱন মলিক। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা। আনহাতে সংকটজনক অৱস্থাত দুয়ো বাইক আৰোহীক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...