ড্ৰাগছ সৰবৰাহত নামিছে শিক্ষক, জালত মফিদুল ইছলাম

সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষকক। নগৰবেৰাৰ ভখুৰাদিয়াত নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ মফিদুল ইছলামক। মফিদুল ইছলামৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ ২০ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ। অৱশ্যে মফিদুল ইছলামে এই ঘটনা অস্বীকাৰ কৰিছে।

আৰক্ষীৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ পৰিয়াল তথা স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...