ড্ৰাগছ সৰবৰাহৰ সময়তে জালত পেহছান আলম আহমেদ, নজৰুল হুছেইন আৰু মানৱজ্যোতি গগৈ

আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। এইবাৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷ সৰবৰাহকাৰী কেইটা পেহছান আলম আহমেদ, নজৰুল হুছেইন আৰু মানৱজ্যোতি গগৈ ৷ সৰবৰাহকাৰী কেইটাৰ পৰা ৩৫টা কণ্টেইনাৰসহ সন্দেহযুক্ত হেৰ’ইন জব্দ ৷

বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত চলিছিল অভিযান। ধৃত সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যুৱ শক্তিৰ জয়গান

✒️ হীৰেন শৰ্মা সময় সলনি হৈছে। উন্নত প্ৰযুক্তিৰ হাতে হাত...

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...