আপেলৰ বেগত সৰবৰাহ অবৈধ মাৰণাস্ত্ৰ

নৈশ বাছৰ পৰা সজীৱ গুলীসহ পিষ্টল উদ্ধাৰ। দুটাকৈ .32 পিষ্টল মেগজিন জব্দ আৰক্ষীৰ। বোকাজানৰ খটখটি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ .32 দুটাকৈ পিষ্টল আৰু মেগজিন। ডিমাপুৰৰ পৰা মন জিলালৈ নৈশ বাছত সৰবৰাহৰ সময়তে জব্দ।

পিষ্টলকেইটাৰ লগতে জব্দ কৰে দুটা ৱাকী টকী। উল্লেখ্য যে, NL 07 B 0385 নম্বৰৰ দ্বীপ নামৰ বাছখনত চলিছিল অভিযান। কিন্তু এই সন্দৰ্ভত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...