মহানগৰীৰ চ’নীয়া এনক্লেভত কেনেকৈ মৃত্যু ঘটিল আজাৰীয়াৰ?

মহানগৰীৰ চ’নীয়া এনক্লেভত নিশা মৃতদেহ উদ্ধাৰ। ৫নং মহলাৰ চিৰিত পৰি আছিল মৃতদেহটো। আৱাসীসকলে এম্বুলেঞ্চেৰে লৈ যায় মৃতদেহটো। মৃত যুৱকজনৰ নাম আজাৰীয়া। ভগ্নীৰ সৈতে আছিল আজাৰিয়া। মৃত আজাৰিয়াৰ ঘৰ হাফলঙত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...

ভাৰতত পৰোক্ষ ধূমপানৰ ভয়ংকৰ প্ৰভাৱ, ৪৪.৪ কোটি লোক ধোঁৱাৰ সংস্পৰ্শত

ভাৰতত পৰোক্ষ ধূমপান অৰ্থাৎ আন কোনো ব্যক্তিয়ে কৰা ধূমপানৰ...