আপেলৰ বেগত সৰবৰাহ অবৈধ মাৰণাস্ত্ৰ

নৈশ বাছৰ পৰা সজীৱ গুলীসহ পিষ্টল উদ্ধাৰ। দুটাকৈ .32 পিষ্টল মেগজিন জব্দ আৰক্ষীৰ। বোকাজানৰ খটখটি আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ .32 দুটাকৈ পিষ্টল আৰু মেগজিন। ডিমাপুৰৰ পৰা মন জিলালৈ নৈশ বাছত সৰবৰাহৰ সময়তে জব্দ।

পিষ্টলকেইটাৰ লগতে জব্দ কৰে দুটা ৱাকী টকী। উল্লেখ্য যে, NL 07 B 0385 নম্বৰৰ দ্বীপ নামৰ বাছখনত চলিছিল অভিযান। কিন্তু এই সন্দৰ্ভত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...