কোন হ’ব কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী?

0 46

▶️আজি কংগ্ৰেছে চূড়ান্ত কৰিব ৰাজ্যসভাৰ প্ৰাৰ্থী
▶️৫ প্ৰাৰ্থীৰ নাম কংগ্ৰেছ হাইকামাণ্ডলৈ প্ৰেৰণ APCCৰ
▶️বুধবাৰে নিৰ্বাচনক লৈ অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ বৈঠক
▶️বৈঠকত উপস্থিত সভাপতি ভূপেন বৰাকে ধৰি APCCৰ নেতৃত্ব
▶️৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন

Leave A Reply

Your email address will not be published.