গুৱাহাটীত গল্ফৰ মহাৰণ, কোনে মাৰিলে শেষ হাঁহি?

গুৱাহাটীত গল্ফ প্ৰতিযোগিতা। ৰাজধানী চহৰখনত গল্ফৰ মহাৰণ। মহানগৰীৰ সাতগাঁওস্থিত নাৰেংগী সেনা চাউনিৰ REPTA গ্ৰাউণ্ডত দেওবাৰে CIVIES CUP-22 শীৰ্ষক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

অসম গল্ফ সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতাখন এদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখন উত্তৰ-পূব ভাৰতৰ গল্ফ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতাখনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১৫০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত মুঠ ১৮টা পইণ্ট আছে। এই ১৮ টা পইণ্ট খেলাৰ অন্তত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ লগতে কেইবাটাও পুৰস্কাৰ প্ৰদান কৰিব আয়োজকে।

দেওবাৰে পুৱাৰে পৰা অনুষ্ঠিত প্ৰতিযোগিতাত কেইবাগৰাকী আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...