ড্ৰাগছৰ ভাণ্ডাৰসহ আৰক্ষীৰ জালত হাৰুণ ৰছিদ আৰু কামালুদ্দিন

অসমত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। ড্ৰাগছমুক্ত অসম গঢ়াৰ পণ আৰক্ষীৰ। জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান। গোপন সূত্ৰৰ পম খেদি জাগীৰোডৰ কুয়াদলৰ পৰা ১৪টা ড্ৰাগছৰ কণ্টেইনাৰসহ আটক দুজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম হাৰুণ ৰছিদ আৰু কামালুদ্দিন।
আৰক্ষীয়ে দুয়োকে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...