সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক পংকজ ঠাকুৰৰ মৃত্যু

  • সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক পংকজ ঠাকুৰৰ মৃত্যু
  • ৭৪ বছৰ বয়সত মৃত্যু বিশিষ্ট লেখকজনৰ
  • গুৱাহাটীস্থিত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ
  • পাৰ্কিনছন আৰু আংশিক ডিমেনচিয়া ৰোগত আক্ৰান্ত আছিল ঠাকুৰ
  • বিয়লি ৩ বজাত নৱগ্ৰহ শ্মশানত শেষকৃত্য হ’ব লেখকগৰাকীৰ
  • ‘আজিৰ অসম কাকত’ৰ দেওবৰীয়া সংখ্যাৰ সম্পাদক আছিল ঠাকুৰ
  • Times Of Indiaৰ ‘আমাৰ সময়’ আলোচনীৰ সম্পাদক আছিল ঠাকুৰ
  • ‘বিদীৰ্ণ বাঘজাই’ৰ বাবে লাভ কৰিছিল সাহিত্য অকাডেমী অনুবাদক বঁটা
  • ২০১২ চনত সাহিত্য অকাডেমী অনুবাদক বঁটা লাভ ঠাকুৰৰ
  • ‘জীৱন যুক্তিৰ বাহিৰত’ হৈছে পংকজ ঠাকুৰৰ অন্যতম গ্ৰন্থ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...