অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ!

অসম-ত্ৰিপুৰা সীমান্তত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ফেন্সিডাইল। গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী NL 01 AC 1407 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ২০০ কাৰ্টন ফেন্সিডাইল জব্দ কৰে।

এই কাৰ্টন সমূহত ফেন্সিডাইলৰ প্ৰায় ২০ হাজাৰ বটল আছিল বুলি আৰক্ষীয়ে জনাইছে। উল্লেখ্য যে, অসম সীমান্ত পাৰ হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষীয়ে তালাচী চলোৱাৰ পূৰ্বে ট্ৰাকচালকজনে পলায়ন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...