বকোৰ ৰাজাপাৰাত প্ৰায় ৩ কোটি জাল নোট জব্দ!

বকো আৰক্ষীৰ এক সফল অভিযান। বকোৰ ৰাজাপাৰাত জব্দ হৈছে প্ৰায় ৩ কোটি জাল নোট। গোৱালপাৰাৰ কৃষ্ণাইৰ পৰা সৰবৰাহ কৰা সময়তে জব্দ হয় জালনোট খিনি। লগতে গ্ৰেপ্তাৰ দুজন জালনোট সৰবৰাহকাৰী।

গ্ৰেপ্তাৰ নবিউল হুছেইন আৰু চাহিদুল ইছলাম। দুয়োৰে ঘৰ কৃষ্ণাইৰ নয়াপাৰাত। আৰক্ষীয়ে AS01 BM 4768 নম্বৰৰ মাৰুতি চুইফট এখনো জব্দ কৰে। ঘটনা সন্দৰ্ভত বকো আৰক্ষী তদন্ত অব্যাহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...