কাইলৈৰ পৰা অসমত পুনৰ হ’ব বৰষুণ-শিলাবৃষ্টি!

অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত কাইলৈৰ পৰা আকৌ হ’ব বৰষুণ। ঠাইবিশেষে পাতলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। কিছু কিছু ঠাইত হ’ব পাৰে শিলাবৃষ্টিও।

অসমৰ লগতে অৰুণাচল প্ৰদেশতো হ’ব বৰষুণ, ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পৰিব বৰফ। নিম্নগামী হ’ব তাপমাত্ৰা। অব্যাহত থাকিব শীতপ্ৰবাহ। বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে এই আগজাননী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...