আজি বিশ্ব কৰ্কট ৰোগ দিৱস

আজি বিশ্ব কৰ্কট ৰোগ দিৱস। প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী দিনটোত পালন কৰা হয় এই দিৱস। কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ। কৰ্কট ৰোগ সম্পর্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰে চাইকেল ৰেলী। ৫০ ৰো অধিক চাইক্লিষ্টে অংশগ্রহণ কৰে এই ৰেলীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

স্মৃতিৰ এবছৰ, ন্যায়ৰ অপেক্ষাঃ প্ৰৱাসী অসমীয়াৰ ভাষ্যই ন্যায় প্ৰাপ্তিত সহায় কৰিবনে ঈশ্বৰ পুত্ৰৰ!

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো...

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...