“বিগ বছ” ছিজন ১৫ জয় মডেল তেজস্বী প্ৰকাশৰ

টিভি জগতৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি শ্ব’ “বিগ বছ” ছিজন ১৫ জয় কৰে টিভি অভিনেতা আৰু মডেল তেজস্বী প্ৰকাশে।

“স্বৰাগিনী” নামৰ ধাৰাবাহিকত অভিনয় কৰা তেজস্বী প্ৰকাশে বিগ বছ ট্ৰফীৰ লগতে লাভ কৰে ৪০ লাখ টকাৰ পুৰস্কাৰ।

চুপাৰষ্টাৰ চলমান খানে হস্ট কৰা জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোৰ ২য় স্থানত থাকে প্ৰতীক চেহজপাল । ৩য় স্থান লাভ কৰে জনপ্ৰিয় অভিনেতা কৰণ কুন্দ্ৰাই আৰু অভিনেত্ৰী শমিতা চেট্টীয়ে চতুৰ্থ স্থান লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...