জুইৰ সেক লৈ থাকোঁতে অগ্নিদগ্ধ এজন!

গুৱাহাটীৰ নুনমাটিত শোকাৱহ ঘটনা। হঠাৎ জুইত পৰি অগ্নিদগ্ধ এজন। পথৰ কাষত জুইৰ সেক লৈ আছিল লোকজনে। হঠাৎ জুইত পৰি যায় পদপথত থকা লোকজন।

স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ অগ্নিদগ্ধ লোকজনক। দেহৰ প্ৰায় আধা অংশ অগ্নিদগ্ধ হয় লোকজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...