কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং

কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং। মুখ্যমন্ত্ৰীয়ে পুৱা ১০ বজাত এক মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰিব। চাও-চেন-ৰেণত পূজা-অৰ্চনা কৰাৰ পিছতে দৰ্শনাৰ্থীলৈ মুকলি হ’ব হাবুং।

স্বৰ্গদেও চাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী খ্যাত ধেমাজিৰ হাবুঙত সম্প্ৰতি আটকধুনীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে উঠিছে সুউচ্চ চাও-চেন-ৰেণ, হলুং-হ’ফিৰ লগতে অন্যান্য আন্তঃগাঁথনি সমূহ। ৪ কোটি টকা ব্যয়ৰে আকৰ্ষনীয়কৈ ন-ৰূপত নিৰ্মাণ কৰা হৈছে হাবুং৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক...