জুইৰ সেক লৈ থাকোঁতে অগ্নিদগ্ধ এজন!

গুৱাহাটীৰ নুনমাটিত শোকাৱহ ঘটনা। হঠাৎ জুইত পৰি অগ্নিদগ্ধ এজন। পথৰ কাষত জুইৰ সেক লৈ আছিল লোকজনে। হঠাৎ জুইত পৰি যায় পদপথত থকা লোকজন।

স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ অগ্নিদগ্ধ লোকজনক। দেহৰ প্ৰায় আধা অংশ অগ্নিদগ্ধ হয় লোকজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...