ক’ভিডৰ তৃতীয় ঢৌ; বুধবাৰৰ দিনটোত ৰাজ্যত ৮,৩৩৯জন আক্ৰান্ত!

গুৰুত্বৰ অৱস্থাত আছে অসমত ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোতকৈ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৩৩৯ জন আক্ৰান্ত। কামৰূপ মে’ট্ৰত ক’ভিডৰ উদ্বেগজনক সংক্ৰমণ। কামৰূপ মে’ট্ৰত আক্ৰান্ত ১ হাজাৰ ৯২৯ জন। ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডত মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ক’ভিডত প্ৰাণ হেৰুৱাইছে ১৫ জন আক্ৰান্তই। দিনটোত ৰাজ্যত সম্পন্ন হৈছে ৬৪ হাজাৰ ৬৯৯ টা ক’ভিড টেষ্ট। ৰাজ্যত পজিটিভিটিৰ হাৰ বৃদ্ধি পাইছে ১২.৮৯ শতাংশলৈ। ৰাজ্যত ক’ভিডৰ আৰোগ্যৰ হাৰ হৈছে ৯৩.৬২ শতাংশ। কামৰূপ মে’ট্ৰ, কাছাৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...