দেশত অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ!

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২ লাখ ৭১ হাজাৰ ২০২জন। শনিবাৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২,৩৬৯ জনলৈ। ইয়াৰ বিপৰীতে সমগ্ৰ দেশতে একেদিনাই প্ৰাণ হেৰুৱাইছে ৩১৪জন আক্ৰান্ত।

বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ১ লাখ ৩৮ হাজাৰ ৩৩১জন। সম্প্ৰতি দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখ ৫০ হাজাৰ ৩৭৭জন। দৈনিক পজিটিভিটিৰ হাৰ হৈছে ১৬.২৮ শতাংশ। ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমণো। বৰ্তমান দেশত অ’মিক্ৰন সংক্ৰমিত লোকৰ সংখ্যা ৭ হাজাৰ ৭৪৩জন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বাদ পৰিল সঞ্জু ছেমচন, স্থান পালে ১৫ বছৰীয়া ‘অৰেঞ্জ কেপ’ বিজয়ী বৈভৱে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক...

অযোধ্যাৰ ৰাম মন্দিৰত ধন আত্মসাতৰ অভিযোগ: চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত দান-বৰঙণি আত্মসাতৰ অভিযোগৰ মাজতে...