ক’ৰ পৰা কিমান ‘থানাৰ দালাল’ আটক হ’ল? NKTVৰ হাতত দালালৰ তালিকা

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান

  • ৰাজ্যত পুনৰ ২১০ৰো অধিক থানাৰ দালাল গ্রেপ্তাৰ
  • এজাহাৰ লিখি দিয়াৰ নামত ৰাইজৰ পৰা সংগ্রহ কৰিছিল ধন
  • ৰাজ্যৰ ভিন্ন থানাত বাহৰ পাতি আছিল ধৃত দালালে
  • ছয়গাঁও, বকোত আটক ১৩টাকৈ থানাৰ দালাল
  • গৰৈমাৰী আৰক্ষীয়ে আটক কৰিছে ৫টাকৈ দালাল
  • জোৰশিমুলি আৰক্ষীয়ে আটক কৰিছে ২টা দালাল
  • সোণতলী আৰক্ষীয়ে আটক কৰিছে ৫টাকৈ দালাল
  • যোৰহাটত ৯জন, শিৱসাগৰত ৬জন দালালক আটক
  • দক্ষিণ শালমাৰা, মানকাছৰত ৫ দালালক আটক
  • ধুবুৰীত ৭জন দালাল আটক, গোলাঘাটত আটক ৫জন
  • ডিব্ৰুগড়ত ৫জনক আটক, চৰাইদেউত আটক ২জন দালাল
  • বজালীত ১জন দালাল আটক, গোৱালপাৰাত ১৩জন আটক
  • বিশ্বনাথ চাৰিআলিত ৭জনক আটক, শোণিতপুৰত আটক ৬জন
  • বঙাইগাঁৱত ১২জন দালাল আটক, বৰপেটাত ৩ জন আটক
  • লখিমপুৰত ৮জন আটক, ওদালগুৰিত আটক ৬জন দালাল
  • কৰিমগঞ্জত ১০জন আটক, গুৱাহাটীত ৮জন দালাল আটক
  • কোকৰাঝাৰত ৭জন দালাল আটক, আটক কামৰূপত ৩৭জন
  • কাছাৰত ১০জন দালাল আটক, দৰঙত ৯জন আটক
  • হোজাইত ৮জন দালাল আটক, ধেমাজিত আটক ৫জন
  • নগাঁৱত আৰক্ষীয়ে আটক কৰিছে ১২টা দালাল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...