বৈদ্যবৰী মহযুঁজ বাতিল, এইবাৰ নাপাতে মহযুঁজ

অন্তিম সময়ত বাতিল মৰিগাঁৱৰ বৈদ্যবৰী মহযুঁজ। চৰকাৰৰ নিৰ্দেশনা মানি বাতিল কৰিছে বৈদ্যবৰী মহযুঁজ। স্থানীয় মহযুঁজ আয়োজক সমিতিয়ে বাতিল কৰিলে মহযুঁজ। বিগত বহু বছৰৰ পৰা পহিলা মাঘত অনুষ্ঠিত কৰি আহিছিল এই মহযুঁজ। অসমৰ বিভিন্ন প্ৰান্তত পৰম্পৰা ৰক্ষা কৰি মহযুঁজ, বুলবুলি চৰাইজৰ যুঁজ আৰু বিভিন্ন থলুৱা খেল-ধেমালি অনুষ্ঠিত হয়। ন্যায়ালয়ৰ নিৰ্দেশনা আৰু কভিডকালীন পৰিস্থিতিৰ বাবে বহুকেইটা অনুষ্ঠানত বাতিল কৰিছে অনুষ্ঠান। বিশাল আয়োজনৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ অথবা ঘৰতে পালন কৰিছে মাঘ বিহু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...