কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হ’ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি (উ,ব,ই) : বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হ’ব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

মিথুন ৰাশি (ক,ছ) : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে লগতে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি (ড,হ) : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হ’ব, শুভ সংবাদ লাভ হ’ব, লগতে ঘৰত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি (ম,ট) : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধনৰ আগমন ঘটিব, মনত শান্তিভাৱ বাঢ়িব যদিও আজি আপুনি বিবাদৰ পৰা আঁতৰি থাকিব।

কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সজাগ নহ’লে সামান্য কষ্ট পাব পাৰে, সজাগ নহ’লে সামান্য মিছা অপবাদ পাব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি (ৰ,ত) : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হ’ব, লগতে আজি আপোনাৰ সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি (ন,য) : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িক দিশত শুভ হ’ব, আত্মীয়ৰ আগমন হ’ব, লগতে কৰ্মত আনৰ সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি (ধ,ভ) : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনক সহায় সহযোগিতা কৰাৰ মনোভাৱ বাঢ়িব, কৰ্মত ন্যায় লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি (খ,জ) : মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি (গ,শ,স) : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত উত্তম শুভ সংবাদ লাভ হ’ব, বিদ্যাৰ্থী সকলৰ শুভ হ’ব, যদিও আজি আপোনাৰ মনত সামান্য আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি ( দ,চ) : মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ’ব, বন্ধুৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য বিষণ্ণতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...